অসমীয়া কৌতুক
Sunday, 29 March 2015
ছোৱালী- I love you ল'ৰা- কি??? ছোৱালী- 'I love you' চিনেমা খন চাই খুব ভাল লাগিল | ল'ৰা- কুকুৰৰ পোৱালি... ছোৱালী- কি??? ল'ৰা- কুকুৰৰ পোৱালি মই বৰ ভাল পাওঁ, একেবাৰে নাকামোৰে। ছোৱালী- চেন্দেল দেখিছা? ল'ৰা- কি??? ছোৱালী- আজি কিনিছোঁ
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment