Friday, 4 September 2015

তিনিটা এন্দুৰে একেলগে বহি লৈ আড্ডা মাৰি আছে৷ . "আব্বে ভাইঁ তহঁতে জাননে, আজিকালি সদায় বৰুৱাৰ ঘৰত জেহেৰ সানি থোৱা বিস্কুট খোৱাতো মোৰ এটা আদতেই হৈ গল৷ চাল্লা বৰুৱাৰ জেহেৰে মোৰ একো ঘান্টা হিলাব পৰা নাই ৷" - - -প্ৰথমটো এন্দুৰে বাকি দুটাক ফিতাহী মাৰি কলে৷ . "ধ্যুৰ সেইটোনো কি সাংঘাতিক কথাটো হল ৷ মোৰ কথাতো শুনিলে তহঁতে আচৰিত হবি ! হাজৰিকাৰ মানুহ জনিয়ে মোক ধৰিবলৈ সদায় পিঞ্জৰাৰ ভিতৰত পনিৰ অলপ ভৰাই থয় ৷ সেই পনিৰ খিনি খাই আৰামত পিঞ্জৰাৰ ভিতৰৰ পৰা ওলাই অহাতো মোৰ এটা আদতেই হৈ গৈছে ৷ চাল্লা হাজৰিকাৰ মানুহ জনিয়ে পাত্তাই পোৱা নাই কিনো হৈ আছে৷" . --দ্বিতৃয়টো এন্দুৰে কলে৷ . . সিহঁত দুটাৰ ফিতাহী মৰা কথাবোৰ শুনি তৃতিয়টো এন্দুৰে তাৰ পৰা যাবলৈ ওলাল ৷ তাক যাবলৈ ওলোৱা দেখি বাকি দুটা এন্দুৰে ইতিকিং কৰি কলে-- "আব্বে এই ভয়পাদুৰা পলাইছ কেলে? কিবা এটাতো কৈ যা! . সিহঁত দুটাৰ কথাতো শুনি তৃতিয়টো এন্দুৰে হাঁহি এটা মাৰিলৈ কলে-- "আহিছো ভাই, এইমাত্ৰ আহিছো ৷ @[100006272070861:0] ঘৰৰ মেকুৰী জনিৰ কিচ এটা লোৱাৰ টাইমটো হৈছেতো৷ কি কৰিম ভাই, টাইম পৰিলে আৰু ৰৈ থাকিবই নোৱাৰো ,তাইক কিচ এটা লোৱাতো আজিকালি আদতেই হৈ গল যে!!!!! . @[100007340568167:0]


No comments:

Post a Comment