~ নৱ বিবাহিতা এহাল পতি পত্নী ~
পত্নী :- তুমি মদ খোৱা নেকি ?
পতি :- নাখাও ৷
পত্নী :- জুৱা খেলা নেকি ?
পতি :- নেখেলো ৷
পত্নী :- চিগাৰেট খোৱা নেকি ?
পতি :- ওহো নাখাও ৷
পত্নী :- কেতিয়াবা ছোৱালীৰ লগত ফচিছা নেকি ?
পতি :- নাই ফচা ৷
পত্নী :- তেতিয়া হ'লে তোমাৰ দেখুন এটাও অসৎ স্বভাৱ নাই ৷
পতি :- মাত্ৰ এটাই অসৎ স্বভাৱ আছে ৷
পত্নী :- কি ?
পতি :- ফাঁকি কথা কোৱা
No comments:
Post a Comment