হাইৱেত পুলিচে এখন গাড়ী ৰখালে আৰু ক'লে……
পুলিচ : এইটো চেফটি উইক ! আপুনি চিট বেল্ট পিন্ধি চলোৱা বাবে লাভ কৰিছে ১০০০ টকাৰ এক পুৰস্কাৰ ।
চালক : থেংক ইউ!
পুলিচ : কি কৰিব কওকচোন এই টকাৰে?
চালক : মই প্ৰথমে
………
.
.
দ্ৰাইভিং লাইচেনচ বনাম !
……
পুলিচ : হোৱাট ?
সেই সময়তে……
চালকৰ মাক : বিশ্বাস নকৰিব ছাৰ ইয়াৰ কথা ! ই অলপ দ্ৰিংকচ কৰিলে যি তি বকে।
……
পুলিচৰ মাত শুনি
……
চালকৰ দেউতাক : মই জানিছোলেই চুৰিৰ গাড়ী বেছি দূৰ নিব নোৱাৰিম বুলি !……
পুলিচ : ব'ল তহত আজি চব জেলত !
…
ঠিক তেনেতে……
গাড়ীৰ দিকিৰ পৰা……
.
.
.
.
.
' মা আমি বৰ্ডাৰ পাৰ হ'লো নে ? "
………
মজা
ReplyDelete