Friday, 4 September 2015

এজন সৰু কিন্তু মহা দুষ্ট ল'ৰা আছিল। সি বাপেকক প্ৰশ্ন সুধি সুধি বিৰক্ত কৰিছিল। "পাপা, টেবুলৰ খুৰা চাৰিটা কিয়, ৰবিবাৰে স্কুল বন্ধ কিয়, গাড়ীৰ চকা চাৰিটা কিয়", ইত্যাদি। এবাৰ বাপেকৰ বন্ধু এজন ঘৰলৈ আহিল আৰু বাপেকৰ লগত কথা পাতি থাকোতে ল'ৰাজনে বাপেকৰ ওচৰলৈ আহি প্ৰশ্ন সুধিব ধৰিলে। বাপেকে ক'লে, "বাবা, তুমি গৈ পঢ়ি থাকা, পৰীক্ষাত প্ৰথম হ'লে তুমি যি বিছাৰা তাকে দিম।" ল'ৰাজনে কথা মানি পঢ়াত লাগিল। পৰীক্ষাত প্ৰথম হ'ল। বাপেকে কি লাগিব সুধিলে। সি গাহৰিৰ জুছ খাম বুলি ক'লে। বাপেকে ক'লে, "বাবা, গাহৰিৰ জুছ নহয়, চুপ হে থাকে।" সি ক'লে, "নহয়, মই গাহৰিৰ জুছ খাম। মোক গাহৰিৰ জুছ লাগিবই।" বাপেকে বুজিলে, আৰু উপায় নাই। বাপেকৰ এখন চিনাকি জুছ পাৰ্লাৰ আছিল। মেনেজাৰ জনক ফোন কৰি ক'লে যে ল'ৰাটোৱে গাহৰিৰ জুছ খোৱাৰ জেদ কৰিছে, কিবা এটা mix জুছ বনাই, তাত পৰ্ক ফ্লেভাৰ দি গাহৰিৰ জুছ বুলি দিব। গধুলি বাপেকে ল'ৰাটোক লৈ জুছ পাৰ্লাৰলৈ গ'ল আৰু মেনেজাৰক ইংগিত দি গাহৰিৰ জুছ দিবলৈ ক'লে। কোৱামতে জুছ আনিলে, ল'ৰাটোৱে ঢোকে ঢোকে পি খালে আৰু খাই বহুত ভাল পালে। আৰু এগিলাছ আনিব ক'লে আৰু খালে। তৃতীয় গিলাছ আনি লাহে লাহে খাই ভাবি ভাবি বাপেকক সুধিলে, "পাপা, জুছ কেনেকৈ বনায়?" বাপেকে ক'লে, "জুছ বনোৱা মেছিন আছে, এফালেদি ফল সুমাই দিয়ে, আনফালেদি জুছ ওলাই আহে।" সি আকৌ জুছ খাই খাই ভাবি ভাবি সুধিলে, "পাপা, গাহৰিৰ জুছ কেনেকৈ বনায়?" বাপেকে ক'লে, "মেছিনত এফালেদি গাহৰি সুমাই দিয়ে, আনফালেদি জুছ ওলাই আহে।" সি আকৌ জুছ খাই খাই ভাবি ভাবি সুধিলে, "পাপা, এনেকুৱা মেছিন আছেনে য'ত জুছ সুমাই দিলে গাহৰি ওলাই আহে?" বাপেকে বিৰক্ত হৈ ক'লে, "আছে.... তোৰ মাৰৰ∆∆∆∆, চাৰিটোপাল ¥¥¥¥¥জুছ সুমাই দিছিলো, তই গাহৰিটো ওলাই আহিছ।"


তিনিটা এন্দুৰে একেলগে বহি লৈ আড্ডা মাৰি আছে৷ . "আব্বে ভাইঁ তহঁতে জাননে, আজিকালি সদায় বৰুৱাৰ ঘৰত জেহেৰ সানি থোৱা বিস্কুট খোৱাতো মোৰ এটা আদতেই হৈ গল৷ চাল্লা বৰুৱাৰ জেহেৰে মোৰ একো ঘান্টা হিলাব পৰা নাই ৷" - - -প্ৰথমটো এন্দুৰে বাকি দুটাক ফিতাহী মাৰি কলে৷ . "ধ্যুৰ সেইটোনো কি সাংঘাতিক কথাটো হল ৷ মোৰ কথাতো শুনিলে তহঁতে আচৰিত হবি ! হাজৰিকাৰ মানুহ জনিয়ে মোক ধৰিবলৈ সদায় পিঞ্জৰাৰ ভিতৰত পনিৰ অলপ ভৰাই থয় ৷ সেই পনিৰ খিনি খাই আৰামত পিঞ্জৰাৰ ভিতৰৰ পৰা ওলাই অহাতো মোৰ এটা আদতেই হৈ গৈছে ৷ চাল্লা হাজৰিকাৰ মানুহ জনিয়ে পাত্তাই পোৱা নাই কিনো হৈ আছে৷" . --দ্বিতৃয়টো এন্দুৰে কলে৷ . . সিহঁত দুটাৰ ফিতাহী মৰা কথাবোৰ শুনি তৃতিয়টো এন্দুৰে তাৰ পৰা যাবলৈ ওলাল ৷ তাক যাবলৈ ওলোৱা দেখি বাকি দুটা এন্দুৰে ইতিকিং কৰি কলে-- "আব্বে এই ভয়পাদুৰা পলাইছ কেলে? কিবা এটাতো কৈ যা! . সিহঁত দুটাৰ কথাতো শুনি তৃতিয়টো এন্দুৰে হাঁহি এটা মাৰিলৈ কলে-- "আহিছো ভাই, এইমাত্ৰ আহিছো ৷ @[100006272070861:0] ঘৰৰ মেকুৰী জনিৰ কিচ এটা লোৱাৰ টাইমটো হৈছেতো৷ কি কৰিম ভাই, টাইম পৰিলে আৰু ৰৈ থাকিবই নোৱাৰো ,তাইক কিচ এটা লোৱাতো আজিকালি আদতেই হৈ গল যে!!!!! . @[100007340568167:0]